6th March, 2024

The 2 bighas of land allocated by the Government of Assam

The 2 bighas of land allocated by the Government of Assam in 2021 for the much coveted proposed "Ashray Ghar" of Karunadhara was handed over to "Karunadhara" on 6th March,2024 in the presence of the members of the Trust and Mahanagar Sahayak Samity. The land was handed over in the presence of the President, Secretary, Trustees and members of Karunadhara. This is the first step in realizing the dream of Late Homen Bargohain which was completed by observing sacred rituals. The land is located in Chapaidang of Rajabari Grant in the middle of Bonda Panikhaiti. It is located 2.5 km from Bonda Higher Secondary School in a convenient location connected by beautiful paved roads.

অসম চৰকাৰে ২০২১ চনতে আবণ্টন দিয়া, কৰুণাধাৰাৰ বহু আকাঙ্খিত প্ৰস্তাৱিত "আশ্ৰয় গৃহ"ৰ বাবে ২ বিঘা মাটি গুৱাহাটী মহানগৰৰ আয়ুক্ত শ্ৰী সুমিত ছাত্তাৱন ডাঙৰীয়াৰ তৎপৰতাত ৬ মাৰ্চ তাৰিখে ন্যাস আৰু মহানগৰ সহায়ক সমিতিৰ সদস্যৰ উপস্থিতিত মাটিখিনি "কৰুণাধাৰা"ক হস্তান্তৰ কৰে। মাটিডোখৰ কৰুণাধাৰাৰ সভাপতি,সম্পাদক সমন্বিতে ন্যাসৰক্ষী আৰু সদস্য সকলৰ উপস্থিতিত চমজি লোৱা হয় I শ্ৰদ্ধেয় হোমেন বৰগোহাঞিদেৱৰ স্বপ্ন বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত প্ৰথম পদক্ষেপ ৰূপে উল্লেখিত কাৰ্য্য মাঙ্গলিক ৰীতিৰে সমাপন কৰা হয়। মাটি ডোখৰ বোন্দা পানীখাইটিৰ মাজৰ ৰজাবাৰী গ্ৰাণ্টৰ ছপাইদাঙত অৱস্থিত। বোন্দা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা ২.৫ কি:মি: দূৰত সুন্দৰ পকা ৰাষ্টাৰে সংযোজিত সূচল ঠাইত অৱস্থিত।ু ।