13th March, 2024

The RBI Retired Employees Association handed over a cheque

The RBI Retired Employees Association handed over a cheque amounting Rs 50,000/- to the Sri Pratul Phukan, President, Karundhara at it's present office at Green Path, House No. 6 on 13/03/24 in presence of both the Secretaries Sri Navajyoti Bhuyan & Dr. Nareswar Sarma and other Trustee members, namely Sri Pradip Kr. Brahma, Sri Debojit Hazarika, Sri Raju Goswami, Dr Rubi Kataki.

Happy to share that the President and Secretary of the RBI Retired Employee's Association expressed their deep satisfaction regarding Karundhara's selfless activities and financial transparency. Karundhara expresses heartfelt appreciation and gratitude to the RBI Retired Employee's Association for their kind gesture and offers sincere thanks to everyone of the group.

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সন্থাই ১৩/০৩/২৪ তাৰিখে কৰুণাধাৰাৰ সম্পাদকদ্বয় শ্ৰী নৱজ্যোতি ভূঞা আৰু ডা: নৰেশ্বৰ শৰ্মাৰ উপস্থিতিত কৰুণাধাৰাৰ সভাপতি শ্ৰীপ্ৰতুল ফুকনক গুৱাহাটীৰ উলুবাৰীস্থিত গ্ৰীণ পথত থকা বৰ্তমানৰ কাৰ্যালয়ত ৫০,০০০/- টকাৰ চেক প্ৰদান কৰে I উক্ত সভাত কৰুণাধাৰাৰ অন্যান্য ট্ৰাষ্টী সদস্য শ্ৰীপ্ৰদীপ কুমাৰ ব্ৰহ্ম, শ্ৰীদেবজিত হাজৰিকা, শ্ৰী ৰাজু গোস্বামী, ডাঃ ৰুবি কটকী উপস্থিত থাকে I

আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে ভাৰতীয় ৰিজাৰ্ভ বেংক অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সন্থাৰ সভাপতি আৰু সম্পাদকে কৰুণাধাৰাৰ নিস্বাৰ্থ কাৰ্যকলাপ আৰু আৰ্থিক স্বচ্ছতাৰ সন্দৰ্ভত গভীৰ সন্তুষ্টি প্ৰকাশ কৰে। কৰুণাধাৰাই ভাৰতীয় ৰিজাৰ্ভ বেংক অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সন্থাৰ এই পদক্ষেপৰ বাবে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে গোটৰ সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছে।